জুবিন মিত্ৰৰ ‘ঘোম আশ্চেনা’ মুকলি

97

জুবিন মিত্ৰই এটো বাংলা গান ঘোম আশ্চেনামুকলি কৰিছে। গানটো তেওঁৰ হেৰুওৱা বন্ধু চোহাম মুল্লিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰিছে, যিজন কলকাতাৰ ৰাস্তাত বাইক দুৰ্ঘটনাত পটিত হৈছিল। চোহাম এজন সাংবাদিক হিচাপে একাধিক ভূমিকা পালনা কৰাত এক ৰত্ন আছিল আৰু তেওঁৰ মিঠা হাঁহিৰে সদায় জীৱন্ত আছিল। জুবিনে একে সময়তে শ্ৰদ্ধাঞ্জলি জনাই গানটো তৈয়াৰ কৰাৰ কথা ভাবিছিল যাৰ ফলত ৰাস্তাত গাড়ী চলাওঁতে অলপ সতৰ্ক হবলৈ সজাগতা সৃষ্টি