জালুকবাৰীত আৰক্ষীৰ জালত স্প্ৰে গেং

143

গুৱাহাটীৰ জালুকবাৰীত আৰক্ষীৰ জালত স্প্ৰে গেং। নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ স্প্ৰে গেঙৰ ২ সদস্য। ধৃত পাঠশালাৰ টিংকু আলী আৰু মিণ্টু তালুকদাৰ। উদ্ধাৰ জলকীয়া গুড়িৰ স্প্ৰে, ৪টা ৱাকীটকী, ছুৰী, কাটাৰ মেচিন। গুৱাহাটীত প্ৰৱেশৰ সময়তে গ্ৰেপ্তাৰ দুয়োকে আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত।