জামিন লাভ কৰিলে কাৰাবন্দী প্ৰণিতা চেতিয়াই

322

অৱশেষত মুকলি আকাশৰ তললৈ প্ৰতিভাৱান বক্সাৰ প্ৰণিতা চুতীয়া।

চৰাউদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে প্ৰণিতাক।

বিগত প্ৰায় ডেৰমাহ ধৰি কাৰাবন্দী হৈ আছিল ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰাইদঙীয়া গাঁৱৰ যুৱতীগৰাকী।

ফেচবুকত আলফালৈ যাম বুলি কৰা কমেণ্টৰ অপৰাধত চৰাউদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰণিতাক।

তাৰ পিছতে ১৮ জুনৰ পৰা কাৰাবন্দী হৈ আছিল বক্সাৰ গৰাকী।