টীয়কৰ জাঁজীমুখত আজি দল হৰিণাৰ পোৱালী উদ্ধাৰ হয়। একাংশ ৰাইজে জনাঞ্চলৰ মাজত প্ৰৱেশ কৰা হৰিণ পোৱালীটো প্ৰত্যক্ষ কৰাৰ পিছতে কেতেকী নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰচেষ্টাত হৰিণ পোৱালীটো উদ্ধাৰ কৰি যোৰহাট বন বিভাগক চমজাই দিয়ে।