জয়ৰ দিশে INDIA!

103

জয়ৰ দিশে INDIA!

সাতখন ৰাজ্যৰ ১৩খন বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনত INDIAৰ অভূতপূৰ্ব উত্থান।

উপ-নিৰ্বাচনত দুখন আসন লাভ, ৯ খন আসনত অগ্ৰগতি INDIAৰ।

১০ জুলাইত পশ্চিম বংগৰ চাৰিখন, হিমাচল প্ৰদেশৰ তিনিখন, উত্তৰাখণ্ডৰ দুখন, আৰু বিহাৰ, পঞ্জাৱ, মধ্যপ্ৰদেশ আৰু তামিলনাডুৰ এখনকৈ আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।