জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন, শ্বহীদ বিএছএফ জোৱান…

72

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত মঙলবাৰে বিএছএফৰ এজন উপ পৰিদৰ্শকৰ ছহিদ হয়। পাকিস্তানী সেনাই এলঅ’চিত যুদ্ধ বিৰতি আইন উলংঘন কৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

উল্লেখ্য যে চলিত বৰ্ষৰ নবেম্বৰ মাহত নিৰাপত্তাৰক্ষীৰ লগতে সৰ্বমুঠ ১৫ জন লোকৰ মৃত্যু হয়। এই আটাইকেইজনেই বিভিন্ন সময়ত পাক সৈন্যই যুদ্ধ বিৰতি আইন উলংঘনৰ ফলত ছহিদ হৈছিল। মঙলবাৰৰ এই ঘটনাটো সীমা সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতে সংঘটিত হৈছে।