ষ্টাফৰিপৰ্টাৰ, ফছিল ভাৰতত দিশা পাটানিক ইয়াৰ নৱতম চেলিব্ৰেটী ব্ৰেণ্ড এম্বাছাদৰ হিচাপে সংযোজন কৰিছে। যুৱ ষ্টাইল আইকনগৰাকীয়ে তেওঁৰ আধুনিক ফেশ্বন চেতনাৰে সফলতাৰে তেঁওৰ বৃহৎ সংংখ্যক অনুগামী পৰিচালিত কৰে। এই সন্দৰ্ভত ফ’ছিল গ্ৰুপ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক জনছন ভাৰ্গেছীয়ে কয়”-ফছিল ভাৰতত ঘড়ীৰ শ্ৰেণীত শীৰ্ষ ফেশ্বন ব্ৰেণ্ডসমূহৰ অন্যতম হোৱাত গৌৰবান্বিত বোধ কৰিছোঁ। আমি আমাৰ আধুনিক সমাদৃত অতীতৰ সংৰক্ষণ কৰাৰ লগতে আমাৰ ডিজাইনসমূহ সঘনাই নতুনত্বৰ সংযোজন কৰি আহিছো। তেওঁ লগতে কয়”-ফছিলে প্ৰকৃতাৰ্থতেই নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা দিশা পাটানিৰ সৈতে সংযুক্ত হ’বলৈ পাই উৎফুল্লিত হৈছে”। আনহাতে এই উপলক্ষে মন্তব্য আগবঢ়াই দিশা পাটানিয়ে কয়”-মই ডিজাইন আৰু নতুনত্বৰে সুন্দৰ ভাৱে নিৰ্মিত ঘড়ীৰ ব্ৰেণ্ড ফছিলৰ সৈতে জড়িত হ’বলৈ পাই ৰোমাঞ্চিত হৈছোঁ। সহজসাধ্য ষ্টাইলৰ ওকালতিৰ লগতে স্বকীয়তা আৰু মৌলিকতা উদযাপন ফছিনৰ লগতে মোৰো ষ্টাইলক সংজ্ঞায়িত কৰা সৰ্বোচ্চখিনি”। উল্লেখযোগ্য যে, ব্ৰেণ্ডটোৱে ফছিলৰ নতুনকৈ আৰম্ভ কৰা ইনষ্টাগ্ৰাম পেজৰ সূচনাৰ দিনাখন অৰ্থাৎ ১০ জুলাইত দিশা পাটানিক ফছিলৰ ব্ৰেণ্ড এম্বাছাদৰ হিচাপে সংযোজন কৰিছিল।
Latest article
টাটা এআইজি-এ ৰিটেইল(খুচুৰা) স্বাস্থ্যখণ্ডৰ সুবিধা অধিক সুলভ, চিকিৎসালয়ৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ মুকলি কৰিছে ‘মেডিকেয়াৰ...
টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে খুচুৰা স্বাস্থ্য পৰ্টফোলিঅ'ৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে মেডিকেয়াৰ চিলেক্ট নামৰ এক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য বীমা...
অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’
ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...