আকৌ এবাৰ সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন মাৰিলে বিদ্যুত বিভাগে।ৰাজ্যত পুনৰ বৃদ্ধি পাইছে এতিয়া বিদ্যুতৰ মাচুল। এতিয়া প্ৰতি ইউনিটত বেছিকৈ ভৰিব লাগিব বিদ্যুতৰ মাচুল।জুন মাহত লাভ কৰা মে’ মাহৰ বিলত সংযোজিত হ’ব বর্ধিত মাচুল। প্ৰতি ইউনিটত অতিৰিক্ত ৩০-৭০ পইচাকৈ দিব লাগিব গ্রাহকে।এই কথা জাননীৰ জৰিয়তে জানিব দিয়ে বিদ্যুত বিভাগে।উল্লেখযোগ্য যে ৰাজ্যৰ উন্নতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি শক্তি মন্ত্ৰী গৰাকীয়ে মন্ত্যব কৰিছে।