ছেইফ–কৰিণাই নতুনকৈ সজাইছে ৪৮ কোটিৰ বিলাসবহুল অট্টালিকা, থাকিবলৈ লৈছে আন ঘৰত

120

ছেইফ–কৰিণাই নতুনকৈ সজাইছে ৪৮ কোটিৰ বিলাসবহুল অট্টালিকা, থাকিবলৈ লৈছে আন ঘৰত

লকডাউনৰ সময়ত বহু সময় পাইছে এই তাৰকা যুটীয়ে। ফলত বান্দ্ৰাত থকা তেওঁলোকৰ বিলাসবহু এপাৰ্টমেণ্ট নতুনকৈ সজোৱাৰ কামত হাত দিছে ছেইফ–কৰিণাই।
ছেইফ–কৰিণাৰ ঘৰত এতিয়া চলিছে মেৰামতি আৰু সাজ–সজ্জাৰ কাম। সেয়েহে নতুন ঘৰত থাকিবলৈ লৈছে ছেইফিনা।
বান্দ্ৰাৰ ফৰচুন হাইটছৰ বিলাসবহুল হাই প্ৰফাইল এপাৰ্টমেণ্টত থাকে ছেইফ–কৰিণা। এপাৰ্টমেণ্ট চাৰি মহলীয়া।