ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণ শ্বহীদ অসমৰ বীৰ জোৱান

73

ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণ শ্বহীদ অসমৰ বীৰ জোৱান।

শনিবাৰে মাওবাদীৰে সংঘৰ্ষত শ্বহীদ হয় বাবলু ৰাভা নামৰ অসমৰ জোৱানগৰাকীৰ।

শ্বহীদ বাবলু ৰাভাৰ ঘৰ দুধনৈত।

ছত্তীশগড়ৰ বিজপুৰ-সুকমা জিলাৰ সীমান্তত সংঘটিত হৈছিল সংঘৰ্ষ।

মাওবাদীৰ সংঘৰ্ষত বাবলু ৰাভাৰ উপৰিও শ্বহীদ হৈছে ৪ গৰাকীকৈ সেনা জোৱান।

আনহাতে ২০ জনকৈ জোৱান সন্ধানহীন হৈ আছে এই মুূহূৰ্তলৈ।

সংঘৰ্ষস্থলীত এগৰাকী মহিলা মাওবাদীৰো মৃতদেহ উদ্ধাৰ হৈছে।