ছ’চিয়েল মিডিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি

95

ষ্টাফৰিপৰ্টাৰ, ছ’চিয়েল মিডিয়া ফেচবুকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিছে এগৰাকীপ্ৰাক্তন সেনা জোৱানে। মন্ত্ৰীৰ পত্নীক লৈ অশালীন মন্তব্য কৰাৰ লগতে দুই সন্তানকো গচকি মাৰিম আৰু বুলি পোষ্ট দিয়ে।অভিযুক্ত জনৰ নাম হৈছে তীৰ্থ চলিহা। গুৱাহাটিৰ সাত গাঁওৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তীৰ্থ চলিহাক। উল্লেখ্য চলিহা এজন প্ৰাক্তন সেনা জোৱান।