চৰাইদেউ জিলাত PHED ৰ ঠিকাদাৰ নিৰ্মল মূৰৰ গুণ্ডাগিৰি।
অন কেমেৰা জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ ঠিকাদাৰৰ।চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাউনি হাবি পথাৰ অঞ্চলত নিৰ্মিত জল জীৱন মিছনৰ প্ৰকল্পৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবেই সংগঠনৰ নেতাক প্ৰহাৰ গুণ্ডাৰূপী ঠিকাদাৰৰ।চাউনি হাবি পথাৰ অঞ্চলত নিৰ্মীয়মান জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবে AJYCP মাহমৰা আঞ্চলিক সমিতিৰ সম্পাদক লক্ষী দাস পানীকাক প্ৰহাৰ গুণ্ডাৰূপী ঠিকাদাৰ নাম নিৰ্মল মূৰৰ ।লক্ষী দাস পানীকাক প্ৰহাৰ কৰাৰ পাছতেই পলায়ন কৰে ঠিকাদাৰ নিৰ্মল মূৰৰ।ইতিমধ্যে অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদে কাকটিবাৰী আৰক্ষী থানাত ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে এজাহাৰ।
