চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈক নিলম্বন জিলা প্ৰশাসনৰ

203

চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈক নিলম্বন জিলা প্ৰশাসনৰ৷ মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতিছিল প্ৰধান শিক্ষকগৰাকীয়ে৷ ND24ত সবিস্তাৰে প্ৰকাশ হৈছিল শিক্ষকজনৰ দুৰ্নীতি৷ অৱশেষত চৰাইদেউ জিলা প্ৰশাসনে দিলে নিলম্বনৰ নিৰ্দেশ৷