চৰাইদেউৰ অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচা বাজেয়াপ্ত

188

চৰাইদেউৰ অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচা বাজেয়াপ্ত৷ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে বাজেয়াপ্ত কৰে বাগিচাখন৷ ATCৰ বাগিচাখন ৩০বছৰৰ বাবে লীজত লৈছিল ডেনিছ কুকুৰাছোৱাই৷ অনাদায় হৈ আছিল শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ ১.৫৪ কোটি টকা৷