চৰকাৰে লোৱাৰ কৰৰ সৈতে পূূজাৰ চান্দাৰ তুলনা কৰা সকল অসমৰ প্ৰধান শত্ৰুঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

210

পুনৰ চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ মুখ্যমন্‌ৰী হিমন্ত বিশ্ব শৰ্মা।

চৰকাৰে লোৱা কৰ-কাটলৰ সৈতে পূজাৰ চান্দা তুলনা কৰা সকলেই অসমৰ প্ৰধান শত্ৰু বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

চৰকাৰে লোৱা টোল গেট টেক্স ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

টোল টেক্সৰে পথ মেৰামতি, নতুন নতুন পথ, উৰণীয়া সেতু নিৰ্মাণ কৰা হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

পূজাৰ চান্দাৰ সৈতে চৰকাৰে লোৱা কৰৰ তুলনা কৰা সকলে সদায় চান্দা সংস্কৃতিৰ সৈতে জড়িত হৈ থাকিব বিচাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।