ডইচ্ছ জেছেলছাই্ট ফাব ইন্টাবনেচনেল জু্ামেনার্বেইট অর্থাৎ জিআইজেডব সহযােগত ধূতি- দ্য কাৰে উইডইন-এ কোভিড সাহায্য পদক্ষেপ হিচাপে ভাৰতত, বিশেষকৈ পুর আকু উত্তব-পুবৰ গাওঁ আৰু চহৰীয়া অঞ্চলসমূহত তৃণমূল পর্যায়ত উদ্যোগ সৃষ্টিৰ বাবে চীডিং গ্রামপ্রেনিউবছ’ শীর্ষক এক আন্দোলনৰ সুত্রপাত কৰে।
টাডিং গ্রামপ্রেনিউবছ’ দৃষ্টিৰ অধীনত, ‘চীজাছ ফেলােশ্বিপ ২০২০’ গ্রাম্য ভাৰতত প্ৰব্ৰজন আৰু নিবনুরাৰ প্রত্যাহ্বানৰ মােকাবিলা কৰাৰ অক্ষাৰে এক অগ্রণী প্রকল্প আছিল। ফেলােশ্বিপৰ উদ্দেশ্য আছিল গ্রাম্য পেছাদাৰী/সহকর্মীসকলৰ বাছনি আৰু তেওঁলােকৰ লগত কাম কৰি, তেওঁলােকৰ অঞ্চলৰ আম্মসহায় গােটসমূহক একত্ৰীকৰণ, প্রশিক্ষণ আৰু সাহায্য প্রদান কৰা।
এই ফেলােশ্বিপৰ জবিয়তে, মাত্র তিনি মাহৰ ভিতৰত অসম, ঝাৰখণ্ড, মণিপুৰ, নাগালেও আৰু ওড়িশাৰ ১০ টা খণ্ডত ১০ জন উদ্যমী চীড়াৰ ফেলােৰ দাবা ৩১৮ গৰাকী মহিলা আৰু ১৬০টা আব্মসহায় গােটক প্রশিক্ষণ প্রদান কৰি সৱলীকৰণ কৰা হৈছিল। এইটো আমাৰ গ্রাম্য উদ্যোগীসকলৰ পৰিৱর্তনৰ বাৰে গতি, ক্ষিপ্রতা আৰু কার্যকবী প্রচাবৰ এক অভূতপূর্ব মডেল, ” ধৃতি- দ্য কাবেজ উইডইনৰ সহ-প্রতিষ্ঠাপক আৰু কৌশল উপদেষ্টা
অনির্বান গুপ্তাই কয়।
অসমৰ চীড়াৰ ফেলাে পুজা কটকীয়ে কয়, “আমি তেওঁলােকক এটা প্রকল্পন পৰিসবন বাহিনত চাৰ লাগিব। যেতিয়ালৈকে আমি তেওঁলােকক বহনক্ষমতা আৰু সবলীকৰণৰ উপায় নিদিওঁ, আমি পৰিৱৰ্তন কেনেকৈ আনিব পাৰৰ? আমি গ্রাম্য ভাৰতক তেওঁলােকৰ নিজৰ বিকাশৰ বাবে দায়বদ্ধ কৰিব লাগিব। আমি তেওঁলােকক নিজৰ বিকাশ নিজৰ হাতত ল’বলৈ সক্ষম কৰিব লাগিব।”
মণিপুৰৰ উতকলৰ এজন চীডাৰ ফেলাে পামচিংলাই কয়, “কার্যসূচীৰ উদ্দেশ্য আকু বীজকাবীসকলে কি কৰা উচিত তাৰ ওপৰত সদায় স্পষ্ট মনােযােগ দিয়া যায়। এইটো এটা ফলাফলমুখী কার্ষসূচী আৰু প্রতিটো পদক্ষেপত উন্নয়নমূখী পৰিৱৰ্তন ঘটিছিল।”
আনহাতে উবিষ্যাৰ এজন চীদাবফেলাে সুমীত কবে এইদবে কয়, “এই ফেলােশ্বিপে উত্তব-পূব আক পূর ভাৰতৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰিছে, আৰু এই কথাই মােক এই প্রকল্পব প্রতি অধিক আগ্রহী কৰিছিল। উদ্যোগ বিকাশৰ প্রতি মই খুব আগ্রহী আৰু মই কিছু সময় ধৰি ধৃতিৰ সহযােগত কৰা জিআইজেড প্রকল্প হাৰ এণ্ড নাওৰ কাম অনুসৰণ কৰি আহিছাে।”
