চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

118

ষ্টাফৰিপৰ্টাৰ, চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল সোমবাৰে ঘোষণা কৰা হৈছে।এইবাৰ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল ১২,০৬,৮৯৩গৰাকী ছাত্ৰ-ছাত্ৰী।কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ কেইবাখনো প্ৰশ্নকাততৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে তিনিখনকৈ প্ৰশ্নকাকতৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল সেই গড় নম্বৰৰ ভিত্তিত আৰু এটা বা দুটা বিষয়ৰ পৰীক্ষাত অৱৰ্তীণ হোৱা সকলৰ তেওঁলোকৰ সেই বিষয় আৰু ইন্টাৰনেট,পেক্টিকেল,প্ৰজেক্ট এচেচমেন্টৰ আধাৰত ফলাফল দিয়া হৈছে।পৰীক্ষাৰ্থী সকলে cbseresults.nic.inত ফলাফল লাভ কৰে।