চিৰিজবাৰীৰ চুইজগেটত গা ধুবলৈ গৈ এগৰাকী ছাত্ৰৰ মৃত্যু

355

চিৰিজবাৰীৰ চুইজগেটত গা ধুবলৈ গৈ এগৰাকী ছাত্ৰৰ মৃত্যু।

মৃত ছাত্ৰ গৰাকী সপ্তম শ্ৰেণীৰ দেৰহাচাত স্বৰ্গীয়াৰী(13) বুলি জানিব পৰা গৈছে।

ৰাইজৰ সহযোগত আৰক্ষীয়ে ছাত্ৰ গৰাকীক উদ্ধাৰ কৰি মুছলপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও ছাত্ৰ জনক মৃত ঘোষনা কৰে চিকিৎসকে।

মৃত ছাত্ৰগৰাকীৰ সৈতে গা ধুবলৈ অহা আন এগৰাকী ছাত্ৰক জীৱন্তে উদ্ধাৰ কৰে ৰাইজে।

মৃত ছাত্ৰ গৰাকীৰ ঘৰ বাক্সাৰ বেতবাৰীত বুলি জানিব পৰা গৈছে।

ছাত্ৰ গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে।