চিৰাঙৰ বিজনীত ৰেচন কার্ডকলৈ দুৰ্নীতি

105

চিৰাঙৰ বিজনীত ৰেচন কাৰ্ড লৈ অৱাধ দুৰ্নীতি।
ৰেচন কাৰ্ড বোনোৱাৰ নামত ৩০০ টকা কৈ ধন সংগ্ৰহৰ অভিযোগ।BJPৰ নেতা-পালিনেতাৰ বাবে সোনৰ খনিত পৰিণত একাংশ চিৰাং জিলাৰ বিজনীৰ ডাঙাইগাৱ ভিচিডিচিৰ অন্তৰ্গত ভিচিডিচিৰ উপ-সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে ধন সংগ্ৰহৰ কৰাৰ অভিযোগ।
নতুন ৰেচনকাৰ্ডৰ ফ্ৰমৰ নামত ৩০০ টকা কৈ ধন বুলি উঠিছে গুৰুতৰ অভিযোগ । যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী নিকা আৰু দুৰ্নীতি মূক্ত সপোন ৰচিছে সেই একে সময় চোৱাতে বিজেপিৰ নেতা পালী নেতায় দুৰ্নীতিৰ যেন পাহাৰ কৰিছে একাংশ ভিচিডিচিৰ জৰিয়তে । এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগীৰ লগতে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই।এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছ জিলা সভাপতি অনিৰ্বাণ সেনৰ লগতে অগপৰ কেন্দ্ৰীয় সম্পাদক পাৰ্থ ৰায় উক্ত অঞ্চল পৰিভ্ৰমন কৰি এই দুৰ্নীতি অতি সোনকালে বন্ধ কৰাৰ লগতে দুৰ্নীতি কৰা লোকক কৰায়ত্ত কৰি শাস্তি বিহাৰ বাবে দাবি উত্থাপন কৰে ।