চিবিএছইৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত ৯৬.৪% নম্বৰৰে নাহিদ আফ্ৰিন উত্তীৰ্ণ

114

ষ্টাফৰিপৰ্টাৰ, সংগীতৰ লগতে শিক্ষাতো উজ্বলিল নাহিদ আফ্ৰিন। সোমবাৰে ঘোষিত চিবিএছইৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত ৯৬.৪% নম্বৰৰে নাহিদ আফ্ৰিন উত্তীৰ্ণ হৈছে। উল্লেখ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৯১.৫% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল নাহিদ।