চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনা।
এখন দ্ৰুতবেগী বাহনৰ খুন্দাত কিশোৰৰ মৃত্যু।
মৃত কিশোৰজন ৰঙাগড়াৰ গ্ৰহালিৰ শুকুৰাম ওৰাং।
বাহনখনৰ খুন্দাত ছিটিকি পৰে কিশোৰজন।
মিছা আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন।