চাপৰত পথ দুৰ্ঘটনাত আহত বাইক আৰোহী

70

আজি সন্ধিয়া ৫ মান বজাত চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰী পথ দুৰ্ঘটনাত মহিবুল হক নামৰ ব্যক্তি বাইকেৰে আহি থাকোতে পিছফালৰ পৰা মৰুতি এলটো খুন্দা মাৰি পলায়ন কৰে।বাইক আৰহীজন অতি গুৰুতৰভাবে আহত হয় ।

গুৰুতহোৱা ব্যক্তি জনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।