চাঞ্চল্যকৰ! ১১ বছৰীয়া কিশোৰীক ৭মাহ ধৰি ধৰ্ষণ দুই লম্পট ভাতৃৰ…

229

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সভ্য সমাজক লজ্জানত কৰা ঘটনা।

দুই ভাতৃয়ে মিলি ৭ মাহ ধৰি দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী ১১ বছৰীয়া কিশোৰীক।

কিশোৰীগৰাকী ৩৬ সপ্তাহৰ গৰ্ভৱতী বুলি জনাৰ পিছতে পোহৰলৈ আহে এই কাণ্ড।

পৰৱৰ্তী সময়ত কিশোৰীগৰাকীয়ে জন্ম দিয়ে এটি ল’ৰা সন্তান।

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুই ভাতৃক।

আদালতে ১৯ আৰু ২১ বৰ্ষীয় ভাতৃ দুজনক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে।