ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ জানক শীৰ্ষত কোন কোন…

156

প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বিসংগতিৰ বিতৰ্কৰ মাজতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

৭২.৬৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে মেট্ৰিকৰ ফলাফলে অইনবাৰৰ দৰে এইবাৰে হাঁহি বিৰিঙালে অনেকৰ মুখত।

মেট্ৰিকত কোনে কোনে এইবাৰ লাভ কৰিলে শীৰ্ষস্থান, জানক সবিশেষ-

প্ৰথম স্থানত-
হৃদম ঠাকুৰীয়া (শংকৰদেৱ শিশু নিকেতন ঢেকিয়াজুলি, ৫৯৬ )

দ্বিতীয় স্থানত-

ইছৰত ফাৰিহা ( নগাঁও চৰকাৰী উঃমাঃ বিদ্যালয়, ৫৯৩ )

লাকী দেৱী চৌধুৰী (আনন্দ বিদ্যা নিকেতন নলবাৰী, ৫৯৩ )

মনমিতা শৰ্মা ( আনন্দ বিদ্যা নিকেতন নলবাৰী, ৫৯৩ )

আদিত্য অনুপম কোৱঁৰ (ছেন্ট জোছেফ স্কুল সোণাৰী, ৫৯৩ )

তৃতীয় স্থানত-

নিলুফাৰ ৰহমান ( দুমনীচকী ইংলিছ স্কুল, ৫৯২)

অনিন্দিতা বৰা ( আদৰ্শ বিদ্যাপীঠ ভোলাগুৰী, ৫৯২)

মৃগাংক ভট্টচাৰ্য (শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, ৫৯২)

চতুৰ্থ স্থানত-

জুবিয়াৰ ইছলাম ( ছেন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল, ৫৯১)

ঋতুপৰ্ণ দাস (বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন , ৫৯১)

ছিনম জয়ফাবী চানু (হলিক্ৰছ স্কুল, ৫৯১)

দেৱাংগনা ডেকা (লিটিল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়, ৫৯১)

স্বাতী কিৰণ গগৈ (ছেন্ট জেবিয়াছ স্কুল দুলীয়াজান, ৫৯১)

ৰাজীৱ পল (সোণাপুৰ ফুকুৰীয়া হাইস্কুল, ৫৯১)

আদিতী ভূঞা (ছেন্ট মেৰিজ স্কুল, গুৱাহাটী, ৫৯১)

পঞ্চম স্থানত-

কিন্নৌৰী দত্ত (ছেন্ট মেৰিজ স্কুল লখিমপুৰ, ৫৯০)

সুস্মিতা ফুদ্দাৰ (ক্ৰিছ জ্যেতি স্কুল নগাঁও, ৫৯০)

নিলোৎপল মণ্ডল (শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টী, ৫৯০)

উৎপল পৰাশৰ (জাতীয় বিদ্যালয়, কাহিলীপাৰা, ৫৯০)

আনন্দ জৈন (হেপী চাইল্ড স্কুল গুৱাহাটী, ৫৯০)

ষষ্ঠ স্থানত-

নিকুঞ্জ হাজৰিকা (আনন্দ বৰুৱা একাডেমী হাইস্কুল, ৫৮৯)

অক্সয় কায়ল (ডনবস্ক এইছ এছ স্কুল ডিব্ৰুগড়, ৫৮৯)

সংন্দিতা দাস (শংকৰদেৱ শিশু নিকেতন, বোকা, সাতগাঁও ৫৮৯)

ৰশ্মিতা মহন্ত (লিটিল ফ্লাৱাৰ, নলবাৰী, ৫৮৯)

চন্দনা কৌৰ (ছেন্ট মেৰিজ স্কুল, গুৱাহাটী, ৫৮৯)

অন্তৰা মুবাছহিৰা হক (অসম জাতীয় বিদ্যালয়, নুনমাটী. ৫৮৯)

সপ্তম স্থানত-

প্লাৱিতা দাস (শংকৰদেৱ শিশুনিকেতন, বাঘমৰা ৫৮৮)

পিযুষ নাথ (শংকৰদেৱ শিশু নিকেতন ভৱানীপুৰ, ৫৮৮)

প্ৰতীক্ষা প্ৰীয়ম মহন্ত (ডনবস্ক’ দেৰগাঁও, ৫৮৮)

সুদৰ্শনা ভূঞা (টিয়ক জাতীয় বিদ্যালয়, ৫৮৮)

নিচান্ত বৰা (ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল নগাঁও, ৫৮৮)

জোনাক কাশ্যপ (ডুমডুমা হায়াৰ চেকেণ্ডাৰী বিদ্যাপীঠ, শোণিতপুৰ, ৫৮৮)

অষ্টম স্থানত-

নিচান্ত লহকৰ (আনন্দ ৰাম বৰুৱা একাডেমী, বৰপেটা, ৫৮৭)

ইপাশ্ৰী ঘোষ (মাৰিয়াম হাইস্কুল বৰপেটা, ৫৮৭)

ফাৰহান আছিফ আৰবিয়া (ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, ধুবুৰী, ৫৮৭)

চাহিল চিদ্দিক (জে এন মেমৰিয়েল আগিয়া, ৫৮৭)

অৰ্ণৱ জ্যোতি দাস (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, ৫৮৭)

কুলদ্বীপ হাজৰিকা (ধলপুৰ উঃমাঃ বিদ্যালয়স ৫৮৭)

ৰাজদ্বীপ কলিতা (লুইত একাডেমী নলবাৰী, ৫৮৭)

সাৰাংগনা ভূঞা (গহপুৰ হায়াৰ চেকেণ্ডাৰী, ৫৮৭)

পাৰ্থ প্ৰতীম ভূঞা (মৰ্ণিং ষ্টাৰ হাইস্কুল বিশ্বনাথ , ৫৮৭)

জিষ্ণু বৰগোঁহাই (সাপেখাইতী উঃমাঃ বিদ্যালয়, ৫৮৭)

নৱম স্থানত-

ৰিতাজা দেৱ (শিলচৰ কলেজিয়েত স্কুল, ৫৮৬)

দিক্ষীতা ভট্টাচাৰ্য (হলিক্ৰছ এইছ এছ স্কুল , ৫৮৬)

নাছাত ফাৰহা (দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়, ৫৮৬)

বনশ্ৰী গগৈ (লিটিল ফ্লাৱাৰ ডিব্ৰুগড়, ৫৮৬)

সুকন্যা দাস (ৰলেঞ্চ মেমৰিয়েল হাইস্কুল, কৰিমগঞ্জ, ৫৮৬)

পুলক জজো (ব্ৰুকফিল স্কুল, লখিমপুৰ, ৫৮৬)

অংকিতা শইকীয়া (ছেন্টমেৰিজ স্কুল লখিমপুৰ, ৫৮৬)

বিপাশা শৰ্মা (অসম একাডেমী নলবাৰী, ৫৮৬)

ঋষিকেশ কলিতা (লিটিল ফ্লাৱাৰ নলবাৰী, ৫৮৬)

আনন্দিতা শইকীয়া (হলিনেম স্কুল শিৱসাগৰ, ৫৮৬)

বৰশ বৰ্ষা চেতিয়া (শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰী, ৫৮৬)

দশম স্থানত-

ৰজত ঘোচ (ক্ৰিচ কিং হাইস্কুল গোগামুখ, ৫৮৫)

প্ৰিনিস্থা বৰা (ক্ৰিছজ্যোতি বোকাখাত, ৫৮৫)

বিপাংশী ডেকা (প্ৰায়নিঅ একাডেমী , কামৰূপ গ্ৰাম্য, ৫৮৫)

প্ৰজ্ঞান শৰ্মা (বিবেকানন্দ বিদ্যা নিকেতন, টিহু, ৫৮৫)

অচ্যুত বৰুৱা (বিদ্যাভৱন শিৱসাগৰ, ৫৮৫)

নীলাভ পাঠক (অসম জাতীয় বিদ্যালয় নলবাৰী, ৫৮৫)

ঋতুৰাজ বৰকাটকী (মৰাণ হায়াৰ চেকেণ্ডাৰী স্কুল ৫৮৫)