ঘোচ লৈ হাতে-লোটে ধৰা পৰিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক

151

বিশ্ববিদ্যালয়ৰ ভিতৰত ঘোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী পঞ্জীয়ক।

শনিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কৰায়ত্ব হয় বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক।

ধৃত পঞ্জীয়কজনৰ নাম গুৰু প্ৰসাদ খাটনিয়াৰ।

উল্লেখ্য যে, বিগত কিছুদিনত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছে কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী।

কিন্তু তাৰ পিছতো ৰাজ্যত ঘোচ লোৱা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ অন্ত পৰা নাই।