পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আন এজন চৰকাৰী কৰ্মচাৰী।
এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ ধেমাজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বৰবাবু।
ঘোচ লৈ থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বৰবাবু গোবিন বৰদলৈক।