ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল হৰি দাস সিনহা…

117

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যলয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

ঘোচ লৈ ধৰা পৰিল ছিপাঝাৰ পাথৰিঘাট চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল হৰি দাস সিনহা।

১৮ হাজাৰ টকা ঘোচ লৈ ধৰা পৰিল হৰি দাস সিনহা।

পাতি দৰং, লোজোৰা, বড়িগাঁও, দেওমৰনৈ কুমাৰ পাৰাৰ লাট মণ্ডল হৰি দাস সিনহা।

দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ত কৰে লাট মণ্ডলজনক।