ঘোচ লৈ গ্ৰেপ্তাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল অনুপ বড়ো

175

ৰাজ্যত ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী।

এইবাৰ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

ঘোচ লোৱাৰ সময়তে হাতেলোটে গ্ৰেপ্তাৰ লাট মণ্ডল অনুপ বড়ো।

১৫০০ টকাৰ ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্থ লাট মণ্ডলজন।

লাট মণ্ডল অনুপ বড়োৰ কৰায়ত্ত সন্দৰ্ভত জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।