ঘোচখোৰ চৰকাৰী বিষয়াৰ ঘৰত উদ্ধাৰ লাখে লাখে টকা

6

ঘোচখোৰ চৰকাৰী বিষয়াৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান! উদ্ধাৰ ৪৭ লাখৰো অধিক টকা
ঘোচখোৰ পাৰ্থ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ লাখে লাখে টকা। আৰক্ষীৰ অভিযানত জব্দ ৪৭ লাখ ৩০ হাজাৰ ৫০০ টকা। জনতা ভৱনত ঘোচ লৈ বুধবাৰে গ্ৰেপ্তাৰ হৈছিল পাৰ্থ হাজৰিকা। মহানগৰীৰ লগতে নলবাৰীৰ পাৰ্থৰ বাসগৃহত চলিছিল অভিযান।