গৰু চুৰিক কেন্দ্ৰ কৰি নিশা পৰ্বতঝোৰাৰ বেদলংমাৰীত উত্তেজনা। গৰু চুৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত এটা গৰু চোৰ। ঘন কুঁৱলীৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন দুটা চোৰৰ। চোৰটোক কৰায়ত্তৰ পাছতে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাৰ। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।