গৰমে দহিছে ৰাজ্য, বজাৰত চাহিদা বাঢ়িছে শীতল পানীয়

78


ৰাজ্যত এতিয়া চলি আছে ভাদ মাহ । ভাদ মাহৰ ৰ’দ বুলিলে প্ৰতিজন অসমীয়াই বুজিপায় ইয়াৰ প্ৰকোপ । আনহাতে ৰাজ্যত এফালে কৰণাৰ আতংকময় পৰিবেশ আনপিনে গৰমৰ প্ৰকোপ । তাৰে মাজতে দীঘলীয়া লকডাউৰ অন্তত ৰাজ্যত আৰম্ভ হৈছে স্বাভাৱিক জীৱন, আৰম্ভ হৈছে চৰকাৰী কাম কাজ । ইয়াৰ মাজতে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বহুজাতিক কোম্পানীৰ উৎপাদিত শীতল পানীয় পৰিবৰ্তে ৰাজ্যত এতিয়া ।

সমাদৰ বাঢ়িছে নেমু চৰবত ,ঠেকেৰা চৰবতৰ লগত নাৰিকল পানীৰ। তাৰে এক দৃশ্য মঙলবাৰে মহানগৰীৰ কাচাৰীত।