গো-সৰবৰাহৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ সফল অভিযান

561

গো-সৰবৰাহৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ সফল অভিযান। দুখন বাহনসহ জব্দ ৭২টাকৈ গৰু। নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল গৰুভৰ্তি বাহন দুখন। আৰক্ষীৰ অভিযানৰ উমান পাই গো-সৰবৰাহকাৰীৰ পলায়ন। ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ অব্যাহত অভিযান।