গোৱালপাৰাৰ লক্ষীমপুৰত ভয়ংকৰ ঘটনা

200

গোৱালপাৰাৰ লক্ষীপুৰত চাঞ্চল্যকৰ ঘটনা৷ ৬ জানুৱাৰীৰ পৰা নিৰুদ্দেশ ৰাহুল ৰাভা নামৰ যুৱকজন৷ ৮ দিন ধৰি সন্ধান নাই বছেংপাৰাৰ যুৱকজনৰ৷ ৰাহুলৰ সন্ধানত আৰক্ষীৰ সহায় বিচাৰি লিখিত আবেদন ভগ্নীৰ৷