গোৱালপাৰাৰ কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় পথচাৰী। উল্লেখযোগ্য যে তীব্ৰবেগত পথচাৰীক খুন্দা মাৰি পলায়ন কৰে বাহনখনে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰি ৰয় নিহত লোকজনৰ মৃতদেহ। এতিয়ালৈকে জানিব পৰা হোৱা নাই নিহত লোকজনৰ পৰিচয়।