গোৱালপাৰাত হাতীৰ গচকত মৃত্যু মাতৃ-পুত্ৰৰ

440

গোৱালপাৰাৰ মাটিয়াত অঘটন৷

কাৰিপাৰা টিলাপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ৷

হাতীৰ গচকত থিতাতে নিহত হ’ল মঞ্জিলা খাতুন আৰু পুত্ৰ মিনহাজুল হক(৪)৷

ৰাক্ষসিনী গাৰোপাৰাত ঘৰ মৃত মাতৃ-পুত্ৰৰ৷

ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷

ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।