গোৰেশ্বৰ-বগামাটি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল চাৰিচকীয়া বাহন। দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক। নিহত লোক দুজন পৱন ৰাভা, সঞ্জয় ৰাভা। নাওকাটাৰ শুক্লাই জলসিঞ্চন প্ৰকল্পৰ কেনেলত বাগৰি পৰে বাহনখন।