গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত 1নং কৌৱানীত নিশংস হত্যা কাণ্ড

177

গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত 1নং কৌৱানীত নিশা নিশংস হত্যা কাণ্ড।
কৌৱানী পাহাৰ লাইনৰ নিবাসী আৰবেল কেৰকেটা নামৰ যুবক জনক হত্যা কৰি পেলাই থলে পথৰ কাষত ।
স্থানীয় গাওঁৰক্ষী বাহিনীয়ে জানিব পাৰি এখন স্কুটীত মৃতদেহ পৰি থকা দেখা পাই বগীজান আৰক্ষী ক খবৰ দিয়ে।
সহযোগী গৌতম বিশ্বাস (বিকি)নামৰ লোকজনে হত্যা কাণ্ড সংঘটিত কৰা অভিযোগ। অভিযুক্ত গৌতম বিশ্বাসক নিশা ই বগীজান আৰক্ষী গ্ৰেপ্তাৰ কৰিছে।
বৰ্তমান বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।