গোলাঘাটত কণ্টেইনাৰ ট্ৰাকৰ পৰা জব্দ ৪১ টা গৰু…

121

গো সৰবৰাহৰ নতুন কৌশল সৰবৰাহকাৰীৰ।

এইবাৰ কণ্টেইনাৰ ট্ৰাকৰ পৰা জব্দ হ’ল দুকুৰিৰো অধিক গৰু।

বুধবাৰে গোলাঘাটত আৰক্ষীয়ে জব্দ কৰে ৪১ টা গৰু।

বোকাখাতৰ পৰা নগাঁৱৰ চামুগুৰিলৈ গৈ থকা এখন কণ্টেইনাৰ ট্ৰাকৰ পৰা গৰু কেইটা জব্দ কৰে আৰক্ষীয়ে।

ইফালে গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালকজনক।