গুৱাহাটী ৰে’ল ষ্টেচনত GPRয়ে গ্ৰেপ্তাৰ কৰে এটা মোবাইল

651

গুৱাহাটী ৰে’ল ষ্টেচনত GRPয়ে গ্ৰেপ্তাৰ কৰে এটা ম’বাইল চোৰক৷ ধৃত চোৰটোৰ নাম মহম্মদ মুক্তাৰ শ্বেখ৷ কামৰূপ এক্সপ্ৰেছৰ পৰা GRPয়ে গ্ৰেপ্তাৰ কৰে চোৰটোক৷ মহম্মদ মুক্তাৰ শ্বেখে গাৰ কাপোৰৰ তলত বান্ধি আনিছিল ২১টাকৈ মোবাইল৷