গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

169

গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ গাঞ্জা জব্দ৷ ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ ২৬ কেজি গাঞ্জা৷ ৰে’ল আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি৷ বিহাৰৰ উপেন্দ্ৰ কুমাৰ গোস্বামী নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ৷ ডিমাপুৰৰ পৰা পাটনালৈ সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি৷