গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা

123

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

স্বামীৰ অত্যাচাৰত প্ৰাণ গ’ল পত্নীৰ।

নিহত মহিলাগৰাকীৰ নাম সুজাতা দাস।

যৌতুকৰ দাবীত পত্নীক শাৰীৰিক অত্যাচাৰ স্বামী মানস প্ৰতীম দাসৰ।

মুমূৰ্ষু অৱস্থাত ওদালগুৰিৰ চিকিৎসালয়ত সুজাতাক ভৰ্তি পিতৃৰ।

উন্নত চিকিৎসাৰ বাবে TMCHলৈ নিয়া হৈছিল সুজাতাক।

অৱশেষত আদবাটতে মৃত্যু ঘটে সুজাতাৰ।