গুৱাহাটী মহানগৰীত কৰ্মৰত সাংবাদিকক সহায়ৰ হাত

87

ষ্টাফৰিপোৰ্টাৰ, ১০ এপ্ৰিল :: গুৱাহাটী মহানগৰীত কৰ্মৰত সাংবাদিক সকলক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে যুৱ নেতা বিতু তালুকদাৰ।কৰ্তব্যৰ তাগিদাত বাতৰি সংগ্ৰহৰ স্বাৰ্থত দিনটো মহানগৰীৰ চুকে – কোণে ঘুৰি ফুৰা সাংবাদিক সকলক সহায়ৰ হাত আগবঢ়ালৈ
যুৱ নেতা তথা এ পি ডব্লিউৰ বিষয়ববীয়া বিতু তালুকদাৰে মহানগৰীত কৰ্মৰত সাংবাদিক সকলক তেওঁ নিজৰ সাধ্য অনুসৰি দুপৰীয়াৰ সাঁজ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে । যদি ভাবে এই সহায়ৰ আপোনাকো প্ৰয়োজন তেন্তে বিতু তালুকদাৰৰ ৯৮৫৪২-৪৬১৭৮ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ এক বিবৃতি যোগে আহ্বান জনাইছে।