🔹গুৱাহাটী পৌৰ নিগমৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷
🔹পৌৰ নিগম এলেকাত নিষিদ্ধ গুটখা, পাণমচলা, মদ আদিৰ বিজ্ঞাপন৷
🔹তিনিদিনৰ ভিতৰত বিজ্ঞাপন এজেন্সীয়ে উঠাব লাগিব হ’ৰ্ডিং, অন্যথা খুলি পেলাব পৌৰ নিগমে৷