অসম গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তিনি চিকিৎসক “কভিড-১৯” ত আক্ৰান্ত By Editor - June 12, 2020 103 FacebookPinterestWhatsAppPrint গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তিনি চিকিৎসক “কভিড-১৯” ত পৰীক্ষাত পিজিটিভ ধৰা পৰিছে। তেওঁলোক ক্ৰমে ডাঃ আদিত্য কৃষ্ণা,ডাঃ ৰাকেশ পাটিল আৰুডাঃ চিৰঞ্জীৱ শৰ্মা। উল্লেখ ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা ৩৬৯৩ লৈ বৃদ্ধি পাইছে। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...