গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

77

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোভিড-১৯ সংক্ৰমণৰ বাতৰিৰ পৰিপ্ৰেক্ষিতত বুধবাৰে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে কাৰাগাৰখন পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তাত উপলব্ধ চিকিৎসা তথা আন সা-সুবিধাৰ পুণৰীক্ষণ কৰে মন্ত্ৰী শৰ্মাই। লগতে কাৰাগাৰখনত উন্নত চিকিৎসাসেৱা, খাদ্য তথা অন্যান্য সা-সুবিধাৰাজি সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।