গুৱাহাটীৰ ৰাজপথত কিন্নৰৰ মাৰপিট

77

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ ৰাজপথত কিন্নৰৰ মাৰপিটৰ ঘটনা শুকুৰবাৰে সংঘটিত হয়। দুদল কিন্নৰৰ প্ৰচণ্ড মাৰপিটত ৰক্তাক্ত হ’ল মালিগাঁৱৰ ৰাজপথ।শতাধিক কিন্নৰৰ মাজৰ এই হতাহতি নিয়ন্ত্ৰণৰ বাবে লাঠীচাৰ্জ কৰিবলৈ বাধ্য হ’ল আৰক্ষী-চি আৰ পি এফ। মাৰপিটত গুৰুতৰভাবে আহত কিন্নৰৰ অভিযোগ- বহিঃৰাজ্যৰ পৰা আহি গুৱাহাটীত অপৰাধ সাম্ৰাজ্য গঢ়িছে একাংশই।