গুৱাহাটীলৈ অনা হ’ব ODI ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

359

গুৱাহাটীলৈ অনা হ’ব ODI ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী৷ ১৩ ছেপ্টেম্বৰত দৰ্শকৰ বাবে ৰখা হ’ব ট্ৰফীটো৷ ছাউথ পইণ্ট স্কুল, বৰ্ষাপাৰা ষ্টেডিয়াম, টাউন ক্লাবতো ৰখা হ’ব ট্ৰফীটো৷ ২৫ ছেপ্টেম্বৰত প্ৰস্তুতি মেচসমূহৰ টিকট মুকলি কৰিব ICCয়ে৷ ন্যূনতম মূল্যত উপলব্ধ হ’ব মেচখনৰ টিকট৷ ACAৰ সভাপতি তৰংগ গগৈয়ে সদৰী কৰিলে এই তথ্য৷