গুৱাহাটীত ব্যৱসায়ীসকলৰ কৰা হ’ব ৰেণ্ডম টেষ্ট

96

ষ্টাফৰিপৰ্টাৰ, শুকুৰবাৰৰ পৰা গুৱাহাটীত ব্যৱসায়ীসকলৰ কৰা হ’ব ৰেণ্ডম টেষ্ট।ইতিমধ্যে কামৰূপ (ম)জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে এই কথা সদৰী কৰিছে। প্ৰশাসনৰ লোকে দোকানে দোকানে গৈ কৰিব এই টেষ্ট।এই শ্বাব টেষ্টৰ ফলাফল লগে লগে লাভ কৰিব। তদুপৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয়লৈও গৈও স্বাস্থ্য কৰ্মীৰ দলে কৰ্মচাৰী সকলৰ কৰ’নাৰ ৰেণ্ডম টেষ্ট কৰিব বুলি জানিব পৰা গৈছে।