ষ্টাফৰিপৰ্টাৰ, ২৪ জুন : গুৱাহাটীত পুনৰ লকডাউন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। গুৱাহাটীত বৃদ্ধি হোৱা সামাজিক সংক্ৰমণৰ পিছতে এই ঘোষণা কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ। মন্ত্ৰী গৰাকীয়ে লগতে কয় ” যদিহে গুৱাহাটী বাসীয়ে সামাজিক দূৰত্ব মানি নচলে আৰু চৰকাৰৰ তথা প্ৰশাসনৰ নীতি নিয়ম উলংঘা কৰে তেনেহলে গুৱাহাটীত সম্পূৰ্ণ লকডাউন কৰাৰ পৰিস্থিতি উদ্ভৱ হ’ব।”
Latest article
এইচ পি-এ ভাৰতত মুকলি কৰিলে পৰৱৰ্তী প্ৰজন্মৰ এআই পিচিৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত সূচী
এইচ পি-এ ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত পি চি নেক্সট জেন এআই পিচি মুকলি কৰিছে। নতুন এইচপি এলিটবুক, এইচপি প্ৰ'বুক আৰু এইচপি অমনিবুক ছিৰিজসমূহ...
পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক
বি এছ এফৰ চকুত ধুলি দি ভাৰতলৈ অবৈধ বাংলাদেশীৰ অনুপ্ৰবেশ অব্যাহত আছে। এইদৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ছয় গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে শ্ৰীভূমি...
৪০০ তম টি-২০ খেলিলে মহেন্দ্ৰ সিং ধোনীয়ে
এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ খেলৰ সময়ত মহেন্দ্ৰ সিং ধোনীয়ে ৪০০ তম টি-২০খেলাৰ গৌৰৱ অৰ্জন কৰে। তেওঁৰ সুন্দৰ...