গিলিয়ন বেৰী ছীণ্ড্ৰম’ত দ্বিতীয়জন লোকৰ মৃ*ত্যু

13

মহাৰাষ্ট্ৰত ‘গিলিয়ন বেৰী ছীণ্ড্ৰম’ত দ্বিতীয়জন লোকৰ মৃত্যু ।

২৭ জানুৱাৰীত এই ৰোগত প্ৰথমজন লোকৰ মৃত্যু হৈছিল ।

বুধবাৰৰ দিনটোতে মহাৰাষ্ট্ৰত GBDত আক্ৰান্ত ১৬জন ।

এই পৰ্যন্ত মহাৰাষ্ট্ৰত মুঠ ১২৭জন লোক আক্ৰান্ত হৈছে এই ৰোগত ।

গুৰুতৰভাৱে অসুস্থ ২০জনক ৰখা হৈছে চিকিৎসালয়ৰ ভেণ্টিলেটৰত ।